Latest News
No latest news available. Stay tuned for updates! No latest news available. Stay tuned for updates!

Menu

Home
Resourse
Our Projects Campaign Program & Events Expenses Job & Internships Beneficiaries
Members
Gallery
Contact & Documents
Login Sign Up Aastha Maa Card Donate Now
+91 6001425340, +91 6001425340 avafoundation.724@gmail.com
Ava Foundation
Logo

এভিএ ফাউণ্ডেচনৰ উদ্যোগত বকো সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ ৪৭ লাখ টকাৰ চিকিৎসা সঁজুলি প্ৰদান

01 Oct 2026
BOKO, ASSAM
Active Program
Back to Programs

Program Information

Active
Program Title
এভিএ ফাউণ্ডেচনৰ উদ্যোগত বকো সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ ৪৭ লাখ টকাৰ চিকিৎসা সঁজুলি প্ৰদান
Program Date
Thursday, 01 October 2026
Location
BOKO, ASSAM
Posted On
10 Oct 2026, 08:02 AM
Program Description
বকো সামূহিক স্বাস্থ্য কেন্দ্ৰত আধুনিক চিকিৎসা সেৱা উপলব্ধ কৰাৰ উদ্দেশ্যে শ্বিপিং কৰ্প’ৰেচন অৱ ইণ্ডিয়াৰ উদ্যোগত আৰু এভিএ ফাউণ্ডেচনৰ সহযোগত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ অধীনত স্বাস্থ্য কেন্দ্ৰটোলৈ প্ৰায় ৪৭ লাখ টকা মূল্যৰ আধুনিক চিকিৎসা সঁজুলি আৰু যন্ত্ৰপাতি প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে ৰোগ নিৰ্ণয়, পেথ’লজী, অস্ত্ৰোপচাৰ আৰু প্ৰসূতি সেৱাকে ধৰি বিভিন্ন চিকিৎসা সেৱাৰ মান উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে। এই উদ্যোগে বকো আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণক উন্নত মানৰ স্বাস্থ্যসেৱা প্ৰদান কৰাত সহায় কৰিব। বিশেষকৈ দৰিদ্ৰ আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহে নিজ অঞ্চলতে উন্নত চিকিৎসা লাভ কৰাৰ সুযোগ পাব। এই পদক্ষেপে অঞ্চলটোৰ স্বাস্থ্যসেৱা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ বাবে আধুনিক চিকিৎসা সেৱা সহজলভ্য কৰি তুলিব বুলি আশা কৰা হৈছে।